গুগল ইন্‌কৰ্পোৰেটেড (ইংৰাজী: Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়ামাউণ্টেইন ভিউ চহৰত অৱস্থিত। গুগলৰ মূলমন্ত্ৰ হ'ল "বিশ্বৰ তথ্য একত্ৰিত কৰি সেইবোৰ সকলোৰে বাবে সহজলভ্য কৰি তোলা। " গুগলৰ নিজস্ব প্ৰতিষ্ঠানিক মূলমন্ত্ৰ হ'ল "Don't be evil" অৰ্থাৎ "কেতিয়াও বেয়া নহ'ব"। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিন গুগলৰ প্ৰতিষ্ঠাপক।[5][6]

Google Inc.
ধৰণ পাব্লিক কোম্পানী ("নাচডেক": GOOG), (এল এচ ইGGEA)
উদ্যোগ ইণ্টাৰনেট, কম্পিউটাৰ ছফ্টৱেৰ
স্থাপিত মেনলো পাৰ্ক, কেলিফোৰ্নিয়া (৪ ছেপ্টেম্বৰ, ১৯৯৮)[1] [2]
মুখ্য কাৰ্যালয় মাউণ্টেন ভিউ, কেলিফোৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
নেতৃস্থানীয় ব্যক্তিত্ব সুন্দৰ পিচাই, চিইঅ/পৰিচালক
চাৰ্গেই ব্ৰিন, সহ-প্ৰতিষ্ঠাপক, প্ৰযুক্তি প্ৰেছিডেণ্ট
লেৰী পেজ, সহ-প্ৰতিষ্ঠাপক, পণ্য প্ৰেছিডেণ্ট
জৰ্জ ৰেয়েচ, চিএফঅ
পণ্য চাৰ্চ ইঞ্জিন, ইমেইল,
সামাজিক সংযোগী নেটৱৰ্ক, ভিডিঅ শ্বেয়াৰিং ইত্যাদি
ৰাজহ ১০.৬০৪ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি৭৩% (২০০৬)[3]
মুঠ আয় ৩.০৭৭ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি২৯% (২০০৬)[3]
মুঠ সম্পত্তি ১৮.৪৭৩ বিলিয়ন আমেৰিকান ডলাৰ (২০০৬)[3]
Total equity ১৭.০৩৯ বিলিয়ন আমেৰিকান ডলাৰ (২০০৬)[3]
কৰ্মচাৰীৰ সংখ্যা ১৫,৯১৬ (২০০৭ চনৰ ৩০ ছেপ্টেম্বৰত)[4]
ৱেবছাইট www.google.com

ইতিহাস

১৯৯৬ চনত গৱেষণা প্ৰকল্প হিচাপে কেলিফোৰ্নিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে ইয়াৰ কাম কাজ আৰম্ভ কৰিছিল। তেওঁলোকৰ মনোভাৱ আছিল সেইসময়ৰ কৌশলসমূহক চেৰাই এটা নতুন কৌশলৰে যদি কোনো এটা চাৰ্চ ইঞ্জিন যদি সৃষ্টি কৰা হয়, যিটোৰে ৱেবছাইটবোৰৰ মাজত থাকি যদি পাৰস্পৰিক সম্পৰ্ক ৰাখি যদি ফলাফল নিৰ্নয় কৰা যায় তেন্তে আৰু ভাল ফলাফল পোৱা যাব।

১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত[7] [8] লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে গুগল প্ৰতিষ্ঠা কৰে। ২০০৪ চনৰ ১৯ আগষ্টত ই এটা পাব্লিক লিমিটেড কোম্পানিলৈ পৰিণত হয়। সময়ৰ লগত নিত্যনতুন পণ্য আৰু সেৱা যোগ কৰি গুগলে প্ৰতিদিনেই নিজৰ আকাৰ আৰু উপযোগিতা বঢ়াই তোলাত সক্ষম হৈছে। একেসময়েতে নতুন কোম্পানী কিনি নিজৰ লগত একত্ৰীকৰণ, ভিন্ন প্ৰতিষ্ঠানৰ লগত অংশীদাৰিত্ব আৰু বিজ্ঞাপন জগতত নিজৰ অৱস্থানক সুদৃঢ়ীকৰণৰ মাধ্যমেৰে নিজকে বহুমুখী হিচাপে পৰিচয় কৰাইছে। ইয়াৰ ফলত তথ্য সন্ধান কৰাৰ সমসাময়িকভাৱে বৰ্তমান সময়ত ইমেইল, সামাজিক সংযোগী নেটৱৰ্কিং, ভিডিঅ শ্বেয়াৰিং, অফিছ প্ৰডাক্টিভিটি আদিৰ ক্ষেত্ৰত গুগলে নিজৰ পৰিসৰ বৃদ্ধি কৰিছে।

বৰ্তমান গুগলৰ চি ই ও সুন্দৰ পিচাই, এজন ভাৰতীয়।

তথ্যসূত্ৰ

  1. "From the garage to the Googleplex". Google. https://about.google/our-story/. 
  2. "Google". ইংৰাজী ৱিকিপিডিয়া. https://duhoc.cn/baike/en/Google. 
  3. 3.0 3.1 3.2 3.3 "Financial Tables". Google Investor Relations. http://investor.google.com/fin_data.html। আহৰণ কৰা হৈছে: 2007-02-23. 
  4. "Google Announces Third Quarter 2007 Results." October 18, 2007. Retrieved on October 22, 2007.
  5. Brin, Sergey; Page, Lawrence (1998). "The anatomy of a large-scale hypertextual Web search engine". Computer Networks and ISDN Systems খণ্ড 30 (1–7): 107–117. doi:10.1016/S0169-7552(98)00110-X. ISSN 0169-7552. http://infolab.stanford.edu/pub/papers/google.pdf। আহৰণ কৰা হৈছে: April 7, 2019. 
  6. Barroso, L.A.; Dean, J.; Holzle, U. (April 29, 2003). "Web search for a planet: the google cluster architecture". IEEE Micro খণ্ড 23 (2): 22–28. doi:10.1109/mm.2003.1196112. ISSN 0272-1732. https://semanticscholar.org/paper/8db8e53c92af2f97974707119525aa089f6ed53a. "We believe that the best price/performance tradeoff for our applications comes from fashioning a reliable computing infrastructure from clusters of unreliable commodity PCs.". 
  7. "From the garage to the Googleplex". Google. https://about.google/our-story/. 
  8. "Google". ইংৰাজী ৱিকিপিডিয়া. https://duhoc.cn/baike/en/Google. 

বাহ্যিক সংযোগ

🔥 Top keywords: শ্ৰীমন্ত শংকৰদেৱবেটুপাতদুৰ্গা পূজাবিশেষ:সন্ধানমোহনদাস কৰমচান্দ গান্ধীধেমাজি জিলালখিমপুৰ জিলাকোষ (জীৱবিজ্ঞান)শ্ৰীনিবাস ৰামানুজনবায়ু প্ৰদূষণতিনিচুকীয়া জিলাঅসমৰ জিলাসমূহলক্ষ্মীনাথ বেজবৰুৱাফকৰা যোজনাভাৰতৰ স্বাধীনতা আন্দোলনঅসমীয়া ভাষামাধৱদেৱগোলকীয় উষ্ণতা বৃদ্ধিবঙাইগাঁওভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভূমিকম্পকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানজল প্ৰদূষণদুৰ্গাপাইথেগাৰাছঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া ব্যাকৰণমোৱামৰীয়া বিদ্ৰোহঅসমভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজ্যোতিপ্ৰসাদ আগৰৱালালাচিত বৰফুকনভূপেন হাজৰিকানিউটনৰ গতিৰ সূত্ৰঅসহযোগ আন্দোলনভাৰতৰ ৰাষ্ট্ৰপতিস্নায়ুকোষৱিকিপিডিয়া:ইতিবৃত্তঅসমৰ বনৌষধিভাষাবৰগীতচৰ্যাপদচুটিগল্পভাৰতপ্ৰদূষণবঙাইগাঁও জিলাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবুলু ফিল্মঅসমৰ জনগোষ্ঠীমানস ৰাষ্ট্ৰীয় উদ্যানকীৰ্তন-ঘোষাতিনিচুকীয়াভাৰতৰ সংবিধানসাঁথৰসেউজ গৃহ প্ৰভাৱঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকামিচিং জনগোষ্ঠীপ্ৰাকৃতিক সম্পদএ পি জে আব্দুল কালামকলাব্ৰহ্মপুত্ৰ নদহৃদযন্ত্ৰত্ৰিভুজঅসম আৰক্ষীবিহুআহোম ৰাজ্য১ অক্টোবৰঋতুনামঘৰচৰিত পুথিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যনৱ-বৈষ্ণৱ ধৰ্মনৱকান্ত বৰুৱাইংৰাজী ভাষাচন্দ্ৰকুমাৰ আগৰৱালাবানপানীঅংকীয়া নাটআহোম ৰাজবংশযতি-চিনকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমৰ মহকুমাসমূহৰ তালিকাবিশেষ:শেহতীয়া সালসলনিনাটকদ্বিতীয় বিশ্বযুদ্ধঅসমীয়া বৰ্ণমালাবনলতা সেন (কবিতা)গান্ধী জয়ন্তীপাইথাগোৰাছৰ উপপাদ্যঅসমীয়া সাহিত্যধেমাজিকবিতাজোনাকী (আলোচনী)ভাৰতৰ উপৰাষ্ট্ৰপতিবড়ো জনগোষ্ঠীস্কন্দমাতাঅনুৰাধা শৰ্মা পূজাৰীআনন্দৰাম বৰুৱামহাভাৰত